അർത്ഥം : কোনো বস্তু আদিক নষ্ট কৰা কার্য
							ഉദാഹരണം : 
							পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
							
പര്യായപദങ്ങൾ : ধ্বংস কৰা
അർത്ഥം : উচ্ছন্ন বা নষ্ট হোৱা
							ഉദാഹരണം : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
പര്യായപദങ്ങൾ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা
അർത്ഥം : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
							ഉദാഹരണം : 
							দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
							
പര്യായപദങ്ങൾ : বেয়া কৰা
അർത്ഥം : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
							ഉദാഹരണം : 
							অহংকাৰে মানুহক বর্বাদ কৰে
							
പര്യായപദങ്ങൾ : খোৱা, বর্বাদ কৰা