അർത്ഥം : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ
							ഉദാഹരണം : 
							মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল
							
പര്യായപദങ്ങൾ : পুৰুষত্বহীনতা, পৌৰুষহীনতা
അർത്ഥം : নপুংসক হোৱাৰ অৱস্থা বা ভাব
							ഉദാഹരണം : 
							শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল
							
പര്യായപദങ്ങൾ : ক্লীৱত্ব, পৌৰুষহীনতা