അർത്ഥം : ধোঁৱা বৰণৰ
							ഉദാഹരണം : 
							কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
							
അർത്ഥം : ধূলি লগা বা ধূলি সনা
							ഉദാഹരണം : 
							খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
							
പര്യായപദങ്ങൾ : ধূলি ধূসৰ, ধূলিধূসৰিত
അർത്ഥം : ধূলিৰে ভৰি থকা
							ഉദാഹരണം : 
							ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
							
പര്യായപദങ്ങൾ : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত