അർത്ഥം : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
							ഉദാഹരണം : 
							তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
							
പര്യായപദങ്ങൾ : দানপাত্র
അർത്ഥം : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
							ഉദാഹരണം : 
							তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
							
പര്യായപദങ്ങൾ : দান পাত্র
അർത്ഥം : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
							ഉദാഹരണം : 
							তেওঁ ্দানপাত্রত এশ টকা দিলে
							
പര്യായപദങ്ങൾ : দানপাত্র
അർത്ഥം : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
							ഉദാഹരണം : 
							দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
							
പര്യായപദങ്ങൾ : দান পাত্র