അർത്ഥം : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
							ഉദാഹരണം : 
							দোকানীজনে ধান জুখি আছে
							
പര്യായപദങ്ങൾ : ওজন কৰা
അർത്ഥം : জোখ লোৱা হোৱা
							ഉദാഹരണം : 
							দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
							
അർത്ഥം : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
							ഉദാഹരണം : 
							তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
							
പര്യായപദങ്ങൾ : মাপ কৰা