അർത്ഥം : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
							ഉദാഹരണം : 
							শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
							
പര്യായപദങ്ങൾ : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱনী
അർത്ഥം : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
							ഉദാഹരണം : 
							তেওঁ নিজৰ জীৱনী লিখি আছে
							
പര്യായപദങ്ങൾ : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী