അർത്ഥം : জার্মানী, অষ্ট্রিয়া বা তাৰ ওচৰ-পাজৰৰ অঞ্চলত কোৱা এটি ভাষা
							ഉദാഹരണം : 
							এই কিতাপখন জার্মানত লিখা
							
പര്യായപദങ്ങൾ : জার্মান ভাষা, জার্মান-ভাষা
അർത്ഥം : জার্মানীৰ অধিবাসী
							ഉദാഹരണം : 
							আমাৰ গৱেষণাগাৰত দুজন জার্মানে কাম কৰি আছে
							
പര്യായപദങ്ങൾ : জার্মান বাসী, জার্মান-বাসী, জার্মানবাসী
അർത്ഥം : জার্মানীৰ বা জার্মানীৰ সৈতে সম্বন্ধ থকা
							ഉദാഹരണം : 
							শ্যামে জার্মান সংস্কৃতিৰ পোষকতা কৰে
							
അർത്ഥം : জার্মানত থকা বা বসতি কৰা
							ഉദാഹരണം : 
							আমাৰ দেশলৈ বহুতো জার্মান পর্যটক আহে