അർത്ഥം : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
							ഉദാഹരണം : 
							লতাই কুর্তাটোত বুটাম লগাই আছে
							
പര്യായപദങ്ങൾ : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
അർത്ഥം : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
							ഉദാഹരണം : 
							নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
							
അർത്ഥം : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
							ഉദാഹരണം : 
							দর্জীয়ে কাপোৰ চিলাই কৰে