അർത്ഥം : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
							ഉദാഹരണം : 
							এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
							
പര്യായപദങ്ങൾ : চাক
അർത്ഥം : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
							ഉദാഹരണം : 
							কুমাৰৰ চাক একপ্রকাৰৰ চক্র
							
പര്യായപദങ്ങൾ : চক্র