അർത്ഥം : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়
							ഉദാഹരണം : 
							গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল
							
പര്യായപദങ്ങൾ : পিৰিয়ড
അർത്ഥം : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়
							ഉദാഹരണം : 
							গাড়ী এঘণ্টা পলমকৈ চলি আছে
							
അർത്ഥം : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়
							ഉദാഹരണം : 
							ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে
							
അർത്ഥം : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান
							ഉദാഹരണം : 
							মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট
							
അർത്ഥം : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ
							ഉദാഹരണം : 
							ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে