അർത്ഥം : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
							ഉദാഹരണം : 
							চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
							
പര്യായപദങ്ങൾ : শিবিৰ
അർത്ഥം : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
							ഉദാഹരണം : 
							এই শিবিৰটো দুদিন ধৰি চলিব
							
പര്യായപദങ്ങൾ : শিবিৰ