അർത്ഥം : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
							ഉദാഹരണം : 
							মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
							
പര്യായപദങ്ങൾ : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
അർത്ഥം : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
							ഉദാഹരണം : 
							ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে