അർത്ഥം : স্ত্রীৰ উৰা বস্ত্র বা চাদৰ
							ഉദാഹരണം : 
							শশুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ ্ৰঙা ওৰণি লৈ আছিল
							
പര്യായപദങ്ങൾ : ওৰণি লোৱা চাদৰ, চাদৰ
അർത്ഥം : মূৰৰ ওপৰত আঁচল লৈ মুখ ঢকা কার্য
							ഉദാഹരണം : 
							গাঁৱত আজিও ওৰণিৰ প্রচলন আছে
							
പര്യായപദങ്ങൾ : অৱগুণ্ঠন