അർത്ഥം : ছপা বা প্রচাৰ মাধ্যমৰ যোগেদি কোনো বিষয় বা খবৰ ৰাজহুৱাকৈ প্রকাশ কৰা কার্য
							ഉദാഹരണം : 
							তেওঁ নিজৰ বিচাৰধাৰাৰ উপস্থাপন এই লেখাটোৰ জৰিয়তে কৰিছে  মঞ্চত কবিসকলে নিজৰ ৰচনাৰাজি নিজস্ব ভঙ্গিমাৰে উপস্থাপন কৰিলে
							
അർത്ഥം : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
							ഉദാഹരണം : 
							বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
							
പര്യായപദങ്ങൾ : নিৰূপণ, প্রতিপাদন, প্রমাণ কৰা