അർത്ഥം : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
							ഉദാഹരണം : 
							চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
							
പര്യായപദങ്ങൾ : বিক্ষোভ
അർത്ഥം : এক লোকসমষ্টিয়ে কোনো বিশেষ বা সাধাৰণ লক্ষ্যপ্রাপ্তিৰ কাৰণে একেলগে যত্নৱান হোৱা
							ഉദാഹരണം : 
							এই আন্দোলনত ব্যক্তিস্বার্থক লৈ ্ কোনো বুজা-পৰা কৰা নহʼব