അർത്ഥം : যিটো আৱশ্যক নহয়
							ഉദാഹരണം : 
							তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
							
പര്യായപദങ്ങൾ : অদৰকাৰী, অনাৱশ্যকীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
അർത്ഥം : যিটো উপযোগী নহয় বা কোনো কামত নাহে
							ഉദാഹരണം : 
							এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু  অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
							
പര്യായപദങ്ങൾ : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ