അർത്ഥം : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
							ഉദാഹരണം : 
							কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
							
അർത്ഥം : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
							ഉദാഹരണം : 
							দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
							
പര്യായപദങ്ങൾ : ফৰমাইচ
അർത്ഥം : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
							ഉദാഹരണം : 
							চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
							
പര്യായപദങ്ങൾ : প্রার্থ্্না, মিনতি
അർത്ഥം : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
							ഉദാഹരണം : 
							আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ