അർത്ഥം : কাম-বনত উৎসাহ নেদেখুওৱাজন
							ഉദാഹരണം : 
							কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
							
അർത്ഥം : যʼত উৎসাহ বা স্ফূর্তি নাই
							ഉദാഹരണം : 
							স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
							
പര്യായപദങ്ങൾ : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন