അർത്ഥം : যাক অনুমতি দিয়া হৈছে
							ഉദാഹരണം : 
							মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
							
പര്യായപദങ്ങൾ : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদিত, স্বীকৃত
അർത്ഥം : যাৰ সহমত লাভ কৰিছে
							ഉദാഹരണം : 
							চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
							
പര്യായപദങ്ങൾ : অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত, স্বীকৃত