ಅರ್ಥ : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
ಉದಾಹರಣೆ :
শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
ಸಮಾನಾರ್ಥಕ : চৰচৰ কৰি ভঙা
ಅರ್ಥ : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
ಉದಾಹರಣೆ :
মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
ಸಮಾನಾರ್ಥಕ : চৰ-চৰোৱা
ಅರ್ಥ : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
ಉದಾಹರಣೆ :
গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে