ಅರ್ಥ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
							ಉದಾಹರಣೆ : 
							তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
							
ಸಮಾನಾರ್ಥಕ : সৰু-সুৰা
ಅರ್ಥ : যি অদৰকাৰেৰে পূর্ণ
							ಉದಾಹರಣೆ : 
							অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
							
ಸಮಾನಾರ್ಥಕ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা