ಅರ್ಥ : যʼত কোনো ধৰণৰ বাধা নাথাকে
							ಉದಾಹರಣೆ : 
							মুকলি বতাহত খোজকঢ়া স্বাস্থ্যৰ বাবে উপকাৰী
							
ಅರ್ಥ : ঢাকি নৰখা বা আৱৰি নৰখা
							ಉದಾಹರಣೆ : 
							উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
							
ಸಮಾನಾರ್ಥಕ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি