ಅರ್ಥ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
							ಉದಾಹರಣೆ : 
							ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
							
ಸಮಾನಾರ್ಥಕ : অভিযোগকাৰী, গুচৰীয়া
ಅರ್ಥ : অভিযোগ লগোৱা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
							
ಸಮಾನಾರ್ಥಕ : গুচৰীয়া
ಅರ್ಥ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
							ಉದಾಹರಣೆ : 
							দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
							
ಸಮಾನಾರ್ಥಕ : গুচৰীয়া
ಅರ್ಥ : প্রার্থ্্না বা আবেদন কৰোঁতা
							ಉದಾಹರಣೆ : 
							আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব
							
ಸಮಾನಾರ್ಥಕ : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা