ಅರ್ಥ : কোনো বস্তু বা ব্যক্তিৰ দ্বাৰা ভালদৰে কাম কৰিব পৰা যাব নে নাযায় সেই সম্পর্কে বিচাৰ কৰি চোৱা কার্য
							ಉದಾಹರಣೆ : 
							নতুন গাড়ীখনৰ পৰীক্ষণ চলি আছে
							
ಅರ್ಥ : পৰীক্ষা কৰা বা বিচাৰ কৰা কাম
							ಉದಾಹರಣೆ : 
							এজন জ্যোতিষীয়ে মোৰ জন্ম-কুণ্ডলীৰ পৰীক্ষণ কৰিলে
							
ಅರ್ಥ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে
							ಉದಾಹರಣೆ : 
							গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে
							
ಸಮಾನಾರ್ಥಕ : নিৰূপণ, পৰখ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা