ಅರ್ಥ : যʼত প্রভাৱ থাকে
							ಉದಾಹರಣೆ : 
							তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
							
ಸಮಾನಾರ್ಥಕ : শক্তিশালী
ಅರ್ಥ : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
							ಉದಾಹರಣೆ : 
							এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
							
ಸಮಾನಾರ್ಥಕ : প্রভাৱকাৰী, প্রমাণী
ಅರ್ಥ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
							ಉದಾಹರಣೆ : 
							চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
							
ಸಮಾನಾರ್ಥಕ : প্রৱল
ಅರ್ಥ : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
							ಉದಾಹರಣೆ : 
							এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
							
ಸಮಾನಾರ್ಥಕ : প্রতিক্রিয়াশীল