ಅರ್ಥ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
							ಉದಾಹರಣೆ : 
							তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
							
ಸಮಾನಾರ್ಥಕ : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
ಅರ್ಥ : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
							ಉದಾಹರಣೆ : 
							এই চিনেমা হলটোৰ পর্দা বহুত সৰু
							
ಸಮಾನಾರ್ಥಕ : স্ক্রীণ
ಅರ್ಥ : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
							ಉದಾಹರಣೆ : 
							এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
							
ಸಮಾನಾರ್ಥಕ : পৰদা