ಅರ್ಥ : নাকৰ ছিদ্র
							ಉದಾಹರಣೆ : 
							নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
							
ಸಮಾನಾರ್ಥಕ : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
ಅರ್ಥ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
							ಉದಾಹರಣೆ : 
							তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
							
ಸಮಾನಾರ್ಥಕ : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র