ಅರ್ಥ : যি প্রবৃত্তি বা শক্তিৰ বলত মানুহ অথবা জীৱ-জন্তুৱে সকলো বস্তু দেখা পায়
							ಉದಾಹರಣೆ : 
							শগুণৰ দৃষ্টিশক্তি বৰ প্রখৰ
							
ಸಮಾನಾರ್ಥಕ : দৃষ্টি-শক্তি, দৃষ্টিশক্তি
ಅರ್ಥ : চকুৰ দৃষ্টিৰ ক্ষেত্র বা দৃষ্টিৰ সীমা বা যিমান দূৰলৈকে চকুৰে দেখা যায়
							ಉದಾಹರಣೆ : 
							মই তেওঁক তেতিয়ালৈকে চাই থাকিলো যেতিয়ালৈকে তেওঁ ্মোৰ দৃষ্টিৰ বাহিৰ হৈ নগʼল