ಅರ್ಥ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
							ಉದಾಹರಣೆ : 
							তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
							
ಸಮಾನಾರ್ಥಕ : বিদ্রূপ কৰা, ব্যঙ্গ কৰা
ಅರ್ಥ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
							ಉದಾಹರಣೆ : 
							তেওঁ ্সদায় আনৰ নিন্দা কৰে
							
ಸಮಾನಾರ್ಥಕ : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা
ಅರ್ಥ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা
							ಉದಾಹರಣೆ : 
							ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়
							
ಸಮಾನಾರ್ಥಕ : উপহাস কৰা
ಅರ್ಥ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
							ಉದಾಹರಣೆ : 
							মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
							
ಸಮಾನಾರ್ಥಕ : ব্যঙ্গ কৰা
ಅರ್ಥ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
							ಉದಾಹರಣೆ : 
							পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
							
ಸಮಾನಾರ್ಥಕ : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া