ಅರ್ಥ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
							ಉದಾಹರಣೆ : 
							ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
							
ಅರ್ಥ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
							ಉದಾಹರಣೆ : 
							ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
							
ಸಮಾನಾರ್ಥಕ : নকটা
ಅರ್ಥ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
							ಉದಾಹರಣೆ : 
							আপোনাৰ যুক্তি অকাট্য
							
ಸಮಾನಾರ್ಥಕ : অকাট্য, অখণ্ডনীয়, পানী নসৰকা