ಅರ್ಥ : জ্ঞান আৰু বুদ্ধি
							ಉದಾಹರಣೆ : 
							ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
							
ಸಮಾನಾರ್ಥಕ : চেতনা, বিচাৰ-বুদ্ধি
ಅರ್ಥ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
							ಉದಾಹರಣೆ : 
							আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
							
ಸಮಾನಾರ್ಥಕ : নাম
ಅರ್ಥ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ
							ಉದಾಹರಣೆ : 
							তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : বিশেষ্য