ಅರ್ಥ : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : টান কৰা
ಅರ್ಥ : যিকোনো বস্তুক একগোট কৰি বন্ধা
							ಉದಾಹರಣೆ : 
							বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
							
ಸಮಾನಾರ್ಥಕ : পেক কৰা
ಅರ್ಥ : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
							ಉದಾಹರಣೆ : 
							তেওঁ খৰিবোৰ বান্ধি আছে
							
ಸಮಾನಾರ್ಥಕ : গ্রন্থন কৰা, জৰী পকা
ಅರ್ಥ : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
							ಉದಾಹರಣೆ : 
							ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে