ಅರ್ಥ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
							ಉದಾಹರಣೆ : 
							অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
							
ಸಮಾನಾರ್ಥಕ : চাহ, চাহ গছ, চাহপাতৰ গছ
ಅರ್ಥ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
							ಉದಾಹರಣೆ : 
							তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
							
ಸಮಾನಾರ್ಥಕ : চাহ