ಅರ್ಥ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
							ಉದಾಹರಣೆ : 
							তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
							
ಸಮಾನಾರ್ಥಕ : কলাৰ
ಅರ್ಥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
							ಉದಾಹರಣೆ : 
							সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
							
ಸಮಾನಾರ್ಥಕ : কণ্ঠ
ಅರ್ಥ : গলি থকা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়