ಅರ್ಥ : উচ্ছন্ন বা নষ্ট হোৱা
							ಉದಾಹರಣೆ : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
ಸಮಾನಾರ್ಥಕ : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
ಅರ್ಥ : বহুত সস্তা দামত বিক্রী কৰা
							ಉದಾಹರಣೆ : 
							মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
							
ಸಮಾನಾರ್ಥಕ : সস্তাত বিক্ৰী কৰা
ಅರ್ಥ : মানৱ বিহীন হোৱা
							ಉದಾಹರಣೆ : 
							ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে