अर्थ : যিজনে বিদেশত গৈ বসবাস কৰিছে
							उदाहरण : 
							ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
							
अर्थ : বিদেশত গৈ বসবাস কৰা বা থকা
							उदाहरण : 
							কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে