अर्थ : যিয়ে ভিতৰত স্থায়ী ৰূপত স্থিতি গ্রহণ কৰি আছে
							उदाहरण : 
							কিছুমান লোকৰ কমকৈ কথা কʼব পৰা অন্তর্নিহিত গুণ আছে
							
पर्यायवाची : অন্তর্নিবিষ্ট, অন্তর্নিহিত, মজ্জাগত
अर्थ : কʼৰবাত বা কিহবাৰ ভিতৰত ৰখা বা লুকাই থকা
							उदाहरण : 
							এই কবিতাটোত নিহিত ভাবার্থ স্পষ্ট কৰি এটি টোকা প্রস্তুত কৰক