Subscribe
URL of the page has been copied to clipboard.
Meaning : জোৰেৰে আঘাত কৰিবৰ কাৰণে নালৰ আগমূৰত লোহা আদি লগাই লোৱা এবিধ হাতৰ সঁজুলি
Example : বনুৱাই হাতুৰিৰে ডাঙৰ শিলটোত মৰিয়াই আছে
Synonyms : হামাৰ
Meaning : মিস্ত্রীয়ে কোনো বস্তু ভাঙিবলৈ, গঢ়িবলৈ, পিটিবলৈ বা টঙনিয়াবলৈ ব্যৱহাৰ কৰা এবিধ্ সঁজুলি:তেওঁ ্ হাতুৰিৰে বেৰখন ভাঙি আছে
Example :
Install App