Meaning : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
Example :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
Synonyms : কমলা, কমলা ৰং, সুমথিৰা ৰং
Meaning : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
Example :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
Synonyms : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ