Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সহজ from অসমীয়া dictionary with examples, synonyms and antonyms.

সহজ   বিশেষ্য

Meaning : সহজ হোৱা অৱস্থা বা ভাব

Example : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

Synonyms : ঋজুতা, সহজতা, সৰলতা

সহজ   বিশেষণ

Meaning : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

Example : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

Synonyms : পাতল

Meaning : যিটো সহজে বুজা যায়

Example : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

Synonyms : বোধগম্য, বোধ্য, সহজ-সৰল, সুবোধ, সৰল

Meaning : স্বভাৱতে বা নিজে নিজে হোৱা

Example : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া

Synonyms : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক

Meaning : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

Example :

Synonyms : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

Meaning : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

Example : ভক্তি ভগৱান লাভৰ সহজ পথ

Synonyms : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল