Meaning : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
Example :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
Synonyms : শুওৱা
Meaning : আনক শোৱা কার্যত প্রবৃত্ত কৰা
Example :
ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে