Meaning : কথা মানি লোৱা
Example :
আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে
Meaning : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান
Example :
তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে
Synonyms : শ্রৱণ কৰা
Meaning : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া
Example :
ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে