Meaning : আনক শোৱাত প্রবৃত্ত কৰা
Example :
মাকে কেচুৱাটোক শুৱাই আছে
Meaning : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
Example :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
Synonyms : শুৱাই দিয়া