Subscribe
URL of the page has been copied to clipboard.
Meaning : শিলৰ টুকুৰা
Example : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
Synonyms : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলগুটি, শৈলখণ্ড
Meaning : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
Example : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
Synonyms : পাথৰ, প্রস্তৰ, শিল
Install App