Subscribe
URL of the page has been copied to clipboard.
Meaning : শিলৰ টুকুৰা
Example : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
Synonyms : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলাখণ্ড, শৈলখণ্ড
Meaning : সৰু আকাৰৰ শিল
Example : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
Synonyms : পাথৰ, শিল
Meaning : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
Example :
Synonyms : পাথৰ
Install App