Subscribe
URL of the page has been copied to clipboard.
Meaning : সৰু আকাৰৰ শিল
Example : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
Synonyms : পাথৰ, শিলগুটি
Meaning : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
Example : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
Synonyms : পাথৰ, প্রস্তৰ, শিলাখণ্ড
Meaning : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
Example : বৰষুণৰ লগে-লগে শিলো পৰিছে
Synonyms : শিল বৰষুণ
Meaning : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
Example :
Synonyms : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
Install App