Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তিৰস্কাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

তিৰস্কাৰ   বিশেষ্য

Meaning : গালি পৰা কার্য ্বা ভাব

Example : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

Synonyms : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

Meaning : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

Example : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

Synonyms : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা

Meaning : কোনো অনুচিত কার্যৰ ্কাৰণে ভাল-বেয়াৰ বাচ-বিচাৰ নকৰাকৈ কোনো কথা কৈ দিয়া কার্য

Example : ৰজাই পলায়ন কৰিব বিচৰা সৈনিকক ভৎর্স্্না কৰিলে

Synonyms : ভৎর্স্্না