Subscribe
URL of the page has been copied to clipboard.
Meaning : উষ্ণতা বা তাপ থকা
Example : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
Synonyms : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, গৰম, তপ্ত, তাপময়, তাপযুক্ত
Meaning : তপত হোৱা
Example : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
Synonyms : গৰম, তপ্ত
Install App