Meaning : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
Example :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
Synonyms : কৃষ্ণাঙ্গ
Meaning : যিটো অত্যধিক বা বহুত কʼলা
Example :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
Synonyms : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা