Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কঠোৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

কঠোৰ   বিশেষণ

Meaning : যʼত দয়া নাই:কংস এজন নির্দয় ব্যক্তি আছিল

Example :

Synonyms : অকৰুণ, অনুভূতিহীন, কঠিন, কঠুৱা, কাঠচিতীয়া, কাঠবুকুৱা, কৃপাহীন, ক্রুৰ, ক্রুৰমতি, কৰুণাহীন, দয়া-মায়াহীন, দয়াশূন্য, দয়াহীন, নিকৰুণ, নিদয়া, নিমৰমিয়াল, নির্ম্মম, নিষ্কৰুণ, নিষ্ঠুৰ, নি্র্দয়, নৃশংস, পাষাণহৃদয়, মমতাহীন, মায়াহীন, হিয়াহীন, হৃদয়শূন্য, হৃদয়হীন

Meaning : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

Example : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

Synonyms : অনমনীয়, অনম্য, দৃঢ়

Meaning : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

Example : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

Synonyms : অসহজ, কঠিন, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

Meaning : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

Example :

Synonyms : উগ্র, কর্কশ, টান, হুঁ়টা

Meaning : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

Example : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

Synonyms : অসহজ, কঠিন, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল